Which one of the following epics is considered the highest source of the prehistory period of Assam? – তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাগঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয়? (APSC Prelims 2001)
The earliest historical dynasty of Assam was that of the? – অসমৰ প্ৰথম ঐতিহাসিক বংশৰ নাম কি? (APSC Prelims 2011)
Who was the earliest king of Pragjyotishpur? – প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? (APSC Prelims 2001)
The word ” Mahiranga” is derived from which Sanskrit word? – কোন সংস্কৃত শব্দৰ পৰা মহীৰংগ শব্দৰ উদ্ভৱ হৈছে ?
Who fought in the battle of Kurukshetra on the side of Kauravas? কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পক্ষত কোনে যুদ্ধ কৰিছিল?
The marriage of Kamrupa princess Amritaprabha and Kashmir King Meghavahana is mentioned in __________ .(কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভা আৰু কাশ্মীৰ ৰজা মেঘবাহনৰ বিবাহৰ বিষয়ে উল্লেখ আছে _________).
When did Mirjumla entered the Ahom capital Gargaon? আহোমৰ ৰাজধানী গড়গাঁৱত কেতিয়া প্ৰৱেশ কৰিছিল মিৰজুমলা?